ত্ৰিপুৰাৰ পিছত তামিলনাডু আৰু কলকাতা
অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৭ মাৰ্চ: ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছত এইবাৰ তামিলনাডুত ভাঙি পেলোৱা হল …