সৰভোগৰ চকচকাত পথ অৱৰোধ
কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ সৰভোগ কলগাছিয়া ভট্টদেৱ পথ পুনৰ নিৰ্মানৰ দাবীত শুক্ৰবাৰে চকচকাৰ ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই পথ অৱৰোধ কাৰ্যসূচীত চকচকা ৰাইজৰ লগতে বিভিন্ন …