বৰহাট চাহ বাগিচাত অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণ
চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰীঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত এক গুলীবর্ষণৰ ঘটনা সংঘটিত হয়। অচিনাক্ত দুৰ্বৃত্তই বাগিচাখনৰ কাৰ্য্যালয়লৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত সমগ্ৰহ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। …