দৰমহা নাপাই আত্মহত্যাৰ চেষ্টা নগাঁও কাগজ কলৰ কৰ্মীৰ
জাগীৰোড, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ প্ৰায় ১৬ মাহে দৰমহা নোপোৱাৰ ফলত সোমবাৰে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ এজন কৰ্মীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে কাগজ কলটোৰ কৰ্মী ইনামুদ্দিন আহমেদ নামৰ লোকজন টাৱাৰ এটাৰ ওপৰত উঠি তললৈ জঁপিয়াই …