মৰঙিৰ পোৰাজংঘলত আদৰ্শ গাঁও সদৃশ ভেলাঘৰ
গোলাঘটাৰ পৰা গৌতম শইকীয়া, ১৩ জানুৱাৰীঃ শনিবাৰে উৰুকা, ৰাজ্যবাসী ভোগালীক আদৰিবলৈ প্ৰস্তুত, ভেলাঘৰৰ বাকৰিত তৃপ্তিৰে এসাজ খাবলৈ ৰাজ্যবাসী ভিৰ কৰিছে বজাৰসমূহত। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাজংঘলবাসী উৰুকাৰ নিশা ভোজ খাব এখন আদৰ্শ গাঁওত। মৰঙিৰ পোৰাজংঘলবত অঞ্চলবাসীয়ে উৰুকাৰ নিশা ভোজ খাবলৈ সাজি …