ৰাজ্য জুৰি জ্বলিল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি
গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ: যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বৃস্পতিবাৰেও অব্যাহত আছে প্ৰতিবাদ। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত বৃহস্পতিবাৰে যোৰহাট জিলাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্রীয় ঘাই পথৰ ওপৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ …