যোগীঘোপাত ইটা ভাটাৰ দেৱাল খহি আহত কেইনাজনো
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৪ মাৰ্চ: বঙাইগাঁও জিলাৰ যোগীঘোপাত থকা ইটা ভাটাসমুহে ব্যাপক প্ৰদূষণ সৃষ্টি কৰাৰ সময়তে ষ্টাৰ ব্ৰিক ইণ্ড্ৰাষ্টী নামৰ ইটা ভাটা এটাৰ দেৱাল খহি পৰাত মহিলাসহ ছয়গৰৰকীকৈ শ্ৰমিক আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তেজনা সৃষ্টি কৰিছে৷ এইদৰে ইটা ভাটাৰ …