থাইলেণ্ডৰ বগৰীৰে বছৰি দুই লাখ টকাৰ উপাৰ্জন অসমীয়া যুৱকৰ
বৰপেটা, ১১ জানুৱাৰীঃ বৰপেটা জিলাৰ নৈপৰীয়া অঞ্চলৰ এজন নিবনুৱা যুৱকে চৰকাৰী সাহায্যৰ অবিহনে কৃষি কৰ্মৰে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। অশেষ কষ্ট আৰু পৰিশ্ৰমেৰে প্ৰায় পঞ্চাচ বিঘাতকৈ অধিক ভূমিত অাৰম্ভ কৰিছে থাইলেণ্ডৰ বগৰী, হাইব্ৰিড মধুৰীআম, মৌচুমী, আম, জলফাইকে ধৰি বিভিন্ন ধৰনৰ …