আহমাদিয়া মুছলিম জামাতৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ আহমাদিয়া মুছলিম জামাতৰ সেৱা শাখা হিউমেনেটি ফৰ অল নাৰেংগীস্থিত বিজুলীনগৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত মঙ্গলবাৰে এক বিনামূলীয়া হোমিওপ্যাথি চিকিৎসা শিবিৰৰ আয়োজন কৰে। বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে বিজুলীনগৰ উন্নয়ন সমিতিৰ সভাপতি আজাদ আলিয়ে। উদ্বোধনীসভাত উপস্থিত থাকে অঞ্চলটোৰ …