বিহালীত দুটা গ্ৰাম্য পথৰ আধাৰশিলা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ
নিউজ ডেস্ক, ২৯ ডিচেম্বৰ: আজি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত দুই স্থানত আধাৰশিলা স্থাপন কৰে বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অধীনৰ আঁচনিৰ জৰিয়তে নিৰ্মান হ’বলগীয়া গ্ৰাম্য পথ দুটা ক্ৰমে পদুম পুখুৰী- বেদেতীগুৰী গ্ৰাম্য …