ডিগবৈত চাঞ্চল্য, শ্ৰীকৃষ্ণ চাহ বাগিছাৰ পৰিচালকক অপহৰণৰ চেষ্টা
ডিগবৈ, ২১ নৱেম্বৰ: পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তৈল নগৰী ডিগবৈত৷ এখন চাহ বাগিছাৰ পৰিচালকক অপহৰণৰ বৃথা চেষ্টা চলাই উগ্ৰপন্থীৰ৷ কথমপি বুদ্ধি কৰি পলাই সাৰে বাগিছা খনৰ পৰিচালক৷ সম্প্ৰতি এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে, ডিগবৈ আৰক্ষী …