১৯৫১ৰ ভূমি আইনৰ দাবীত আঠখেলীয়া নামঘৰত গণ স্বাক্ষৰ অভিযান মুকলি
তিতাবৰ, ১৩ছেপ্টেম্বৰঃ জাতি মাটি ভেঁটি আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তিতাবৰৰ বৰহোলা গোলাঘাট সীমান্তৰ আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গনত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়৷ আঠখেলীয়া নামঘৰৰ মুখ্য উপদেষ্টা শশী বৰায়ে গণ স্বাক্ষৰ অভিযানৰ উদ্বোধন কৰে৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি …