এলক’হল এণ্ড বেভাৰেজ লিমিটেডৰ সঞ্চালকৰ কাৰ্যালয়ত নাৰী মুক্তিৰ প্ৰতিবাদ
যোৰহাট, ১৭ অক্টোবৰঃ এছ’চিয়েটেড এলক’হল এণ্ড বেভাৰেজ লিমিটেডে চৰকাৰৰ নতুন আৱকাৰী নীতিৰ অধীনত দেশীয় সুৰা প্ৰস্তুত কৰি বিজ্ঞানগাৰত পৰীক্ষা নকৰোৱাকৈ অবাধ প্ৰচলন চলোৱাৰ দাবী উত্থাপন কৰি নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাটৰ গড়মূৰস্থিত এছ’চিয়েটেড এলক’হল এণ্ড বেভাৰেজ লিমিটেডৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা …