উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ ডিগবৈ শাখা সমিতি গঠন
গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উদ্যোগত ডিগবৈৰ জাতীয় বিদ্যালয়ত কবি, সাহিত্যিকসকলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাখনত সভাপতিত্ব কৰে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধনীৰাম কোঁৱৰে৷ সভাত ডিগবৈৰ বিভিন্ন প্ৰান্তৰ শতাধিক নবীন-প্ৰবীণ …