আমাৰো কিছু ক’বলৈ আছে
পপুলাৰ ফ্ৰন্টৰ কণ্ঠৰোধ কৰাৰ পদক্ষেপৰ বিৰুদ্ধে প্ৰচাৰাভিযান ঘোষণা গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ পপুলাৰ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে আমাৰো কিছু ক’বলৈ আছে শীর্ষক ৰাষ্ট্ৰীয় প্রচাৰাভিযানৰ অংশ হিচাপে ২৯ অক্টোবৰত গুৱাহাটীত এক বিশাল গণসভাৰ আয়োজনৰ সিদ্ধান্ত লৈছে। ক্ষমতাৰ অপব্যৱহাৰ কৰি জনবিৰোধী আৰু সংখ্যালঘু …