তিতাবৰত নিশা বন্যহস্তীৰ আতংকঃ কেবাটাও বাসগৃহ আৰু কৃষিপথাৰ নষ্ট
তিতাবৰ, ৯ ছেপ্টেম্বৰঃ তিতাবৰত পুনৰ বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, যোৱা নিশা পুনৰ ৩০-৪০ জনীয়া হাতীৰ জাকে তিতাবৰৰ খৰিকটিয়া গ্ৰাণ্টত উপদ্ৰৱ চলাই কেবাটাও বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বিস্তৰ পৰিমাণৰ কৃষিপথাৰ নষ্ট কৰে৷ স্থানীয় লোকে সদৰি কৰা মতে, …