বৰ্ণিহাতত গছ পৰি চাৰিখন অটো আৰু তিনিখন দোকান বিদ্ধস্তঃ কথমপি ৰক্ষা ৬ জনৰ
বৰ্ণিহাত, ১৫ আগষ্টঃ বৰ্ণিহাতৰ ৰাজপথত পুৱা ৯ বজাত এজোপা পুৰণি প্ৰকাণ্ড গছ উভালি পৰাত অঞ্চলটোত বিস্তৰ ক্ষতি হয়। গছজোপা উভালি পৰাত পথটো সৰ্ম্পূণৰূপে বন্ধ হৈ পৰাৰ লগতে বৈদ্যুতিক তাঁৰ ছিঙি পৰে। এই ঘটনাত চাৰিখন অটো আৰু তিনিখন দোকান বিদ্ধস্ত হয় আৰু ছয়জন লোক …