ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূতিঃ মাজুলীৰ পথ যোগাযোগ উন্নীতকৰণত অগ্ৰাধিকাৰ
১৭ টা পথ, ১৬ খন কাঠৰ দলং ১ খন আৰ চি চি দলংৰ অনুমোদন গড়মূৰ, ২০ মেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত নতুন ৰাজ্য চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালত মাজুলী জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ মাজুলীবাসীৰ আশা-আকাংক্ষাক সন্মান …