কলগাছিয়াত গৰাখহনীয়াৰ ভয়ত নিৰাপদ স্থানলৈ ঢাপলি গঞাৰঃ কাণসাৰ নাই প্ৰশাসনৰ
কলগাছিয়া, ১৫ জুলাইঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানপানী কমিছে যদিও খাৰবাল্লীত বেঁকী নৈৰ সুতিৰ মাজত গড়কাপ্তানী বিভাগৰ নিৰ্মীয়মান অসম্পূৰ্ণ পথৰ বাবেই আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। বেঁকী নদীৰ বানপানীয়ে বৃহত্তৰ অঞ্চলটোৰ শতাধিক গাঁৱৰ শস্য ভূমিৰ লগতে ঘৰ দুৱাৰৰ ব্যাপক …