তিতাবৰত পথ দুৰ্ঘটনাঃ টাটা মেজিকক খুন্দিয়ালে বলেৰো পিকাপে
তিতাবৰ, ১ আগষ্টঃ তিতাবৰত নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ যাত্ৰীবাহী টাটা মেজিকক একে দিশেৰে আহি থকা মালবাহী বলেৰো পিকাপে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ প্ৰাপ্ত তথ্য মতে, তিতাবৰৰ ৰঙাজান …