চৰাইদেউত দুৰ্ঘটনাত যুৱকৰ মৃত্যু
চৰাইদেউ, ১৭ এপ্ৰিল : ৰঙালী বিহুৰ আনন্দোৎসৱৰ সময়তেই পথ দুৰ্ঘটনাই কাল অমানিশা কঢ়িয়াই আনিলে চৰাইদেউৰ এটা পৰিয়াললৈ৷ উজনি অসমৰ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ বটামৰাত কালি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে কৰুণ মৃত্যু সাৱতি লয় । …