ৰাজ্যজুৰি গোৱালপাৰাত ঘটনাৰ প্ৰতিক্ৰিয়া
সংবাদ ৩৬৫, ১ জুলাইঃ গোৱালপাৰাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা আৰু এজন লোকে কৰুণ মৃত্যুৰ সাৱতিবলগীয়া হোৱা ঘটনাক বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে৷ এই ঘটনাৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ …