চাহু বৈশ্য সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

বিশিষ্ট কবি সন্মানেৰে সন্মানিত ৰাম কুমাৰ বৰুৱা ডুমডুমা, ২৮ জুনঃ সদৌ অসম চাহু বৈশ্য সন্মিলনীয়ে বিশিষ্ট কবি-লেখক ৰাম কুমাৰ বৰুৱাক চলিত বৰ্ষৰ বিশিষ্ট কবিৰ সন্মানেৰে সন্মানিত কৰে৷ চাহু বৈশ্য সন্মিলনীৰ ডুমডুমাত আয়োজিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৰাম কুমাৰ বৰুৱাক এই সন্মানেৰে সন্মানিত কৰা …

কাজিৰঙাত পানী যোগান আঁচনিৰ নামত কেলেংকাৰীৰ অভিযোগ কৃষক মুক্তিৰ

কাজিৰঙা, ২৮ জুনঃ বোকাখাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী যোগান আঁচনিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কাজিৰঙাত আয়োজিত এক সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক ৰতন দাৱে এই অভিযোগ উত্থাপন কৰে। তেওঁ সংবাদমেলত …

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ অভিযানঃ ৮ সুৰা ব্যৱসায়ী আটক

তিনিচুকীয়া, ২৮ জুনঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ দেশী-বিদেশী সুৰা জব্দ জব্দ কৰাৰ লগতে ৮ জন লোকক আটক কৰে৷ ডিগবৈ আৰু মাৰ্ঘেৰিটা  আবকাৰী বিভাগে মাৰ্ঘেৰিটাৰ বালোখাণ্ডা, ৰেল লাইন, মাৰ্ঘেৰিটা বজাৰ, চেগুনবাৰী, ডিৰক তিনিআলিকে ধৰি ইয়াৰ কাষৰীয়া বিভিন্ন …

ৰঙিয়াৰ ১ নং জলসিঞ্চন আঁচনিৰ কাৰ্যালয়ত তলা

ৰঙিয়া, ২৮ জুনঃ ৰঙিয়াৰ বনগাঁৱত খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰি উত্তেজিত জনতাই ১ নং জলসিঞ্চন আঁচনিৰ কাৰ্যালয়ত তলা ওলোমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, খেতি পথাৰত পানী যোগান ধৰাৰ …

আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম  বন্ধ

সংবাদ ৩৬৫ ডেস্ক, ২৮ জুনঃ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণ আৰু পৃথক কমতাপুৰ পুনৰ গঠনৰ দাবীত  আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান। নামনি অসমকে ধৰি বিভিন্ন ঠাইত বন্ধৰ প্ৰভাৱ পৰাৰ লগতে হিংসাত্মক ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। বন্ধ সমৰ্থকসকলে বিভিন্ন ঠাইত …

লোকসঙ্গীতৰ কৰ্মশালাৰ আয়োজন

গুৱাহাটী, ২৭ জুনঃ মহানগৰীৰ খাৰঘুলি উন্নয়ন সমিতিৰ প্ৰাঙ্গনত সাংস্কৃতিক গোষ্ঠী আল্পনাৰ উদ্যোগত এখনি গ্ৰীষ্মকালীন লোকসঙ্গীত কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ অহা ৪ জুলাইৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে কৰ্মশালাখন আয়োজন কৰা হৈছে৷ কৰ্মশালাত লোকসঙ্গীত সাধক খগেন গগৈ, দুলাল মানকি, মনোজ শৰ্মা, হিৰক জ্যোতি …

জাগীৰােডত গাে-সম্পদৰ পঞ্জীয়ন, প্রতিষেধক আৰু পেলু নিৰ্মূলকৰণ উদ্যমৰ মুকলি

জাগীৰােড, ২৭ জুনঃ জাগীৰােডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত গাে-সম্পদৰ পঞ্জীয়ন, প্রতিষেধক আৰু পেলু নিৰ্মূলকৰণ উদ্যমৰ মুকলি কৰা হয়৷ আধুনিক প্রযুক্তি পদ্ধতিৰে গাে-সংখ্যা গণনা আৰু প্রতিপালন কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই উপলক্ষে সমবায় সমিতিখনৰ অধীনৰ গাে-পালক সকলৰ …

চৰাইদেউত উজ্জলা যোজনাৰ মুকলি

চৰাইদেউ, ২৭ জুনঃ চৰাইদেউৰ সোণাৰি ৰাজহুৱা খেলপথাৰত প্ৰধানমন্ত্ৰীৰ উজ্জলা যোজনাৰ মুকলি কৰা হয়৷ সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, জিলা আৰক্ষী অধীক্ষক জিৎমল দ’লে, আইঅজিচিএলকে …

চিৰিয়াখানাত লাচিতৰ মৃত্যু

গুৱাহাটী, ২৭ জুনঃ হঠাতে ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হয় লাচিতৰ। পুৱা প্ৰায় ৮ বজাত চিৰিয়াখানাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰে লাচিতৰ মৃতদেহ। লাচিত অসম ৰাজ্যিক চিৰিয়াখানাৰ ১১ বছৰীয়া ঢেঁকীয়াপতীয়া বাঘ। লাচিতৰ মৃত্যুৰ খবৰ পাই বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত হয় চিৰিয়াখানাত। বনমন্ত্ৰীয়ে  মৃত …

বিদুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে ৰঙিয়াত প্ৰতিবাদ

ৰঙিয়া, ২৭ জুনঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে ৰঙিয়াত উত্তপ্ত জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী জনতাই বিদ্যুৎ বিভাগ হায় হায়, শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, ৰঙিয়াৰ জয়ন্তীপুৰ মলোসাতৰ খেলপথাৰত …