২ বছৰেও ন্যায় নাপালে অভিশপ্ত নাৰায়ণগুৰিৰ ভুক্তভোগীয়ে
মুল অভিযুক্ত আজিও মুক্ত আকাশৰ তলত কিয়ঃ পপুলাৰ ফ্ৰন্ট আনন্দ বজাৰ, ২ মে’ : ২ মে’ তাৰিখটো অসমৰ ইতিহাসৰ এক কলংকিত দিন। কিয়নো ২০১৪ চনৰ এই দিনটোতেই অসমৰ বিটিএডি অঞ্চলৰ অন্তর্গত বাক্সা জিলাৰ নাৰায়ণগুৰি আৰু কোকৰাঝাৰ জিলাৰ বালাপাৰা নামৰ ঠাইত অর্ধশতাধিক …