ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ৰঙিয়া,৪ মেঃ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ ৰঙিয়া এ’পল মিল পুনঃজ্জীৱিত কৰাৰ দাবীত কেইবাটাও সংগঠনে ৰঙিয়াৰ ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ এপ’ল মিল পুনঃজ্জীৱিতকৰণৰ দাবীত এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে আছু, যুৱ ছাত্ৰ পৰিষদ, অসম যুৱ পৰিষদ, গৰিয়া …