AAP : ভোট কিনি নহয়, কামেৰে ভোটাৰৰ মন জয় কৰক বিজেপিয়ে : আপ

গুৱাহাটী, ১৫ এপ্ৰিল, ২০২৪ : যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ (BJP) প্ৰাৰ্থী তপন গগৈক কাষত বহোৱাই লৈ ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীয়ে গাড়ীৰ ভিতৰৰ পৰা ৰাইজক ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰি আম আদমি পাৰ্টীয়ে এই কাৰ্যক গৰিহণা দিছে। সমগ্ৰ দেশতে নিৰ্বাচনী আচৰণ-বিধি বলবৎ …

Salman Khan : বলিউডৰ চুলতান ছলমান খানৰ ঘৰৰ বাহিৰত দুৰ্বৃত্তৰ গুলী চালনা

নিউজ ডেস্ক, ১৪ এপ্ৰিল, ২০২৪ : বলিউডৰ চুলতান ছলমান খানৰ ঘৰৰ বাহিৰত দুৰ্বৃত্তৰ গুলী চালনা (Firing)। গুলী চালনাৰ পিছতে পলায়ন দুৰ্বৃত্তৰ। দেওবাৰে পুৱা ৫ মান বজাত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। বাইকত অহা দুৰ্বৃত্তই ছলমান খানৰ ঘৰৰ বাহিৰত ছয় …

AAP : ২০২৬ চনত অসমত আপে চৰকাৰ গঠন কৰিব: ভগৱন্ত মান

গুৱাহাটী, ১৩ এপ্ৰিল, ২০২৪ : বিশ্বনাথ চাৰিআলিত আপৰ ৰোড শ্ব’ত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান (Bhagwat Mann)। ২০২৬ চনত অসমত আপে চৰকাৰ গঠন কৰিব বুলি দাবী পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। অসমত ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ পঞ্জাবৰ মুখ্যমন্ত্ৰী …

Man-Elephant Conflict : বিহুৰ আনন্দৰ মাজতে বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

ওদালগুৰি, ১৩ এপ্ৰিল, ২০২৪ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা (Wild Elephant Killed Lady)। শনিবাৰে গৰু বিহুৰ আনন্দৰ মাজতে পুৱাৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। নিজ ঘৰতে বনৰীয়া হাতীয়ে গছকি হত্যা কৰে মহিলা গৰাকীক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ …

Goru Bihu : পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি গৰু বিহু পালন

গুৱাহাটী, ১৩ এপ্ৰিল, ২০২৪ : আজি গৰু বিহু (Goru Bihu)। ৰাজ্যজুৰি গৰু বিহুকলৈ এক উখল মাখল পৰিৱেশ। পুৱাৰে পৰা ব্যাপক আয়োজনেৰে গো-দেৱতাৰ প্ৰতি সন্মান জনাই সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু উদযাপন কৰা হৈছে। উল্লেখ্য যে, ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু …

Digboi : ডিগবৈত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্বাচনী সমাবেশ

গুৱাহাটী, ১২ এপ্ৰিল, ২০২৪ : ডিগবৈত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ (Bhagwat Mann) নিৰ্বাচনী সমাবেশ। অসম চৰকাৰে ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে বুলি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ অভিযোগ। চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধিৰ সংকল্প পাঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীৰ। অসমতো দিল্লী …

Assam Jatiya Parishad : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত দৃঢ় স্থিতি ঘোষণা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ

তিনিচুকীয়া, ১২ এপ্ৰিল, ২০২৪ : সাংসদ নিৰ্বাচিত হ’লে অসমৰ ছয় জনগোষ্ঠীৰ জাতিকৰণৰ প্ৰসংগটোকে সৰ্বপ্ৰথম সংসদত উত্থাপন কৰিব লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi)৷ শুকুৰবাৰে তিনিচুকীয়াত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদিকৰ দৃঢ়তাৰে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসম জাতীয় পৰিষদৰ …

North East : উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক সোৱাদ জিনৰ মাজেৰে পৰিৱেশন কৰাৰ উদ্দেশ্যে অসমত মুকলি হ’ল চেৰাপুঞ্জী ক্ৰাফ্ট জিন

গুৱাহাটী ১২ এপ্ৰিল, ২০২৪ : মেঘালয়ত লাভ কৰা ব্যাপক সফলতাৰ পিছত সমগ্ৰ ৰাজ্যতে উপলব্ধ হোৱাকৈ অলপতে গুৱাহাটীত মুকলি কৰা হয় চেৰাপুঞ্জী (Cherapunji) ক্ৰাফ্ট জিন। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ চেৰাপুঞ্জীত আৰম্ভনি ঘটা পূবৰ এই একমাত্ৰ ক্ৰাফ্ট জিনবিধ বিশুদ্ধ বৰষুণৰ পানী আৰু থলুৱা উদ্ভিদজাতীয় …

NF Railway : ২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিজাত খেলুৱৈসকলৰ উল্লেখযোগ্য প্ৰদৰ্শন 

নিউজ ডেস্ক, ১১ এপ্ৰিল, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱে আন্তৰ্জাতিক মানসম্পন্ন উৎকৃষ্ট খেলুৱৈ (Sports) সৃষ্টি কৰাৰ উদ্দেশ্যে ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰচাৰ আৰু উৎসাহিতকৰণৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ দিশত ক্ৰমাগতভাৱে সমৃদ্ধিশালী হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ কামকাজ উত্তৰ পূব …

Eid-Ul-Fitar : এমাহ ৰোজা পালনৰ অনন্ত ঈদ-উল-ফিটৰ উদযাপন

গুৱাহাটী, ১১ এপ্ৰিল, ২০২৪ : এমাহ ৰোজা পালনৰ অন্তত বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে পবিত্র ঈদ-উল-ফিটৰ পালন কৰে (Eid-Ul-Fitar Celebration)। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে সমগ্ৰ অসমতে দেখিবলৈ পোৱা যায় এক উখল মাখল পৰিৱেশ। ঐতিহ্যমণ্ডিত …