পাঁচজনী সতী নাৰীক লৈ নদীত নামিছে বাবা
কোকিলা, ১৬ মেঃ বছৰ বছৰ ধৰি আই নদীৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা মানিকপুৰৰ, টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, তিলপুখুৰী, চিল্লাপাৰা আদি গাঁৱৰ ত্ৰানকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আব্দুল গফুৰ নামৰ ভণ্ড বাবাৰ। হোমগাৰ্ডত কাম কৰা এই ভণ্ড বাবাই বন্ধ কৰিব …