সাংবাদিকৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন
নলবাৰী, ২৭ এপ্ৰিলঃ নলবাৰী জিলা পৌৰসভাৰ উদ্যোগত আৰু নলবাৰী প্ৰেছ ক্লাবৰ সহযোগ সাংবাদিকসকলৰ কাৰণে নিৰ্মাণ হ’ব লগা এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা নলবাৰী জিলাৰ বিধায়ক অশোক শৰ্মাই স্থাপন কৰে৷ নলবাৰী জিলাৰ থানা চ’কৰ গোলপাৰ্কৰ উত্তৰ দিশত থকা বজাৰগৃহৰ দ্বিতীয় মহলাত এই প্ৰেক্ষাগৃহটোৰ …