গুৱাহাটীত ফায়াৰ পাণ
গুৱাহাটী, ২৬ এপ্ৰিলঃ আপুনি কি কি পাণ খাইছে? মিঠা পাণ, জৰ্দা পাণ, বানাৰাচী পাণৰ নাম আপুনি জানে৷ কিন্তু ফায়াৰ পাণৰ বিষয় আপুনি জানে নে? হয় ফায়াৰ পাণ অৰ্থাৎ জুই পাণ৷ মুখত দিয়াৰ লগে লগে জ্বলি উঠা পাণ। দেশৰ বিভিন্ন ৰাজ্যত …
গুৱাহাটী, ২৬ এপ্ৰিলঃ আপুনি কি কি পাণ খাইছে? মিঠা পাণ, জৰ্দা পাণ, বানাৰাচী পাণৰ নাম আপুনি জানে৷ কিন্তু ফায়াৰ পাণৰ বিষয় আপুনি জানে নে? হয় ফায়াৰ পাণ অৰ্থাৎ জুই পাণ৷ মুখত দিয়াৰ লগে লগে জ্বলি উঠা পাণ। দেশৰ বিভিন্ন ৰাজ্যত …
ৰঙিয়া, ২৬ এপ্ৰিলঃ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰে কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়। অংগনৱাড়ী কৰ্মী-সহায়িকাই দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণকে আদি কৰি বিভিন্ন দাবীত কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ মহকুমাধিপতিয়ে প্ৰতিবাদস্থলীত উপস্থিত …
পিংকু বৰা যোৰহাট, ২৬ এপ্ৰিলঃ পৰিবৰ্তনৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনে স্বাস্থ্য বিভাগত বহু পৰিৱৰ্তন আনিছে। অসমবাসীয়ে এই পৰিৱৰ্তন দেখা নাপালেও যোৰহাটবাসীয়ে কিন্তু দেখি আছে। পৰিৱৰ্তন দেখি যোৰহাটবাসীৰ চকু কপালত। যোৰহাটত স্বাস্থ্য বিভাগে আনিছে ১০৮তকৈও উন্নতমানৰ এম্বুলেন্স সেৱা৷ এই …
দিছপুৰ, ২৫ এপ্ৰিলঃ জনজাতিকৰণৰ বাবে সংগ্রাম অব্যাহত ৰখা আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্রদান কৰিবৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰে অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই …
নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত আজি ৰূপসী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত কৰ্মৰত শিক্ষকসকলে বিক্ষোভ কাৰ্য্যসূচী পালন কৰি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ দ্বাৰা ঘোষিত দেশব্যাপি আয়োজিত খণ্ড …
গুৱাহাটী,২৫ এপ্ৰিলঃ ৰাজ্যৰ কংগ্ৰেছত আন এক মোক্ষম আঘাত হানি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন মুখপাত্ৰ তথা সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে কংগ্ৰেছৰ প্ৰাথিমক সদস্য পদৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য যে বিশ্বাসে বিগত ২২ বছৰ বাঙালি জাতিৰ …
শিৱসাগৰ, ২৫ এপ্ৰিলঃ পৰিৱৰ্তনৰ প্ৰতিশ্রুতি দি শাসনত বহা বিজেপি চৰকাৰৰ দিনত শিৱসাগৰত চলিছে তেল গেছ নিগমত মুকলি চিণ্ডিকেতৰাজ্য। যাক কেন্দ্ৰ কৰি সম্প্রতি শিৱসাগৰত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ শাসন কালত চলি থকা চিণ্ডিকেতৰাজ বন্ধ কৰাৰ নিদের্শ জাৰি কৰাৰ সময়তে বর্তমানো শিৱসাগৰত …
গুৱাহাটী, ২৫ এপ্রিলঃ : এফালে দেশ ৰক্ষা বাবে নিজৰ প্ৰাণৰ আহুতি দিছে আৰু আনফালে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে চি আৰ পি এফৰ জোৱান। সুকমাত মাওবাদীৰ আক্ৰমণত চি আৰ পি এফৰ ২৪ জনকৈ জোৱানে প্ৰাণ হেৰুৱাৰ ঘটনাই সমগ্ৰহ দেশত চাঞ্চল্যৰ …
নলবাৰী, ২৪ এপ্ৰিলঃ পখিলা খেদি ফুৰা বয়সত দুৰাৰোগ্য কৰ্কট ৰোগত ভূগিছে নলবাৰীৰ এটা শিশুৱে৷ খেতিৰ মাটি বন্ধকত থৈও শিশুটোৰ চিকিৎসাৰ ধন গোটাবলৈ সক্ষম হোৱা নাই এই দুৰ্ভগীয়া পৰিয়ালটো৷ শিশুটোৰ নাম মিন্তু আলী৷ বয়স তিনি বছৰ৷ নলবাৰীৰ দোকোহা গাঁৱৰ মতিউৰ ৰহমানৰ …
গুৱাহাটী, ২৪ এপ্রিলঃ ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান সম্পৰ্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বিশেষ উদ্যোগত আজি কেন্দ্রীয় গৃহমন্ত্রালয়ে উল্লিখিত জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰে কৰা আলোচনাক আদৰণি জনাইছে দেউৰী জনজাতি ষষ্ঠ অনুসূচী দাবী সমিতি, সদৌ অসম দেউৰী ছাত্র সস্থা, সদৌ অসম সোণোৱাল কছাৰী …