আজিৰ নিয়োগ বাৰ্তা
ডাক বিভাগৰ অসম সংমণ্ডলত গ্ৰামীণ ডাক সেৱকৰ ৪৬৭টা পদত নিযুক্তি আৱেদনকাৰী অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ আৱেদনৰ অন্তিম তাৰিখ- ৬ মে’ সবিশেষ যোগাযোগ- https://indiapost.gov.in গুৱাহাটীৰ জি এছ ৰোডৰ ৰুক্মিণীগাঁৱস্থিত CBSEৰ অধীনস্থ জি এন টি চিন্ময়া বিদ্যালয়ত জীৱ বিজ্ঞান আৰু ইংৰাজী …