Bandhan Bank : বন্ধন বেংক আৰু মহিন্দ্ৰা এন্ড মহিন্দ্ৰাৰ মাজত আকৰ্ষণীয় বাণিজ্যিক বাহন আৰু সঁজুলিৰ বাবে বিত্তীয় সমাধান প্ৰদানৰ বাবে বুজাবুজি চুক্তি

নিউজ ডেস্ক, ২২ মাৰ্চ, ২০২৪।: দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংক বন্ধন বেংকে নিজৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ বাবে গ্ৰাহকসকলক সুবিধাজনক বিত্তীয় সমাধান আগবঢ়াবলৈ দেশৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ (Mahindra And Mahindra) সৈতে …

Holi : হোলী উপলক্ষে ৰেডিচন ব্লু গুৱাহাটীত বিশেষ ডিনাৰ মেনু খাদ্যৰ জৰিয়তে ৰঙৰ উৎসৱ উদযাপন

গুৱাহাটী, ২২ মাৰ্চ, ২০২৪ : হোলী উপলক্ষে ৰেডিচন ব্লু (Radisson Blue) গুৱাহাটীত বিশেষ ডিনাৰ মেনু খাদ্যৰ জৰিয়তে ৰঙৰ উৎসৱ উদযাপন। এই হোলীত ৰেডিচন ব্লু গুৱাহাটীত আয়োজন কৰা হৈছে এক দৰ্শনীয় হোলী বিশেষ নৈশ ভোজৰ, য’ত প্ৰাণৱন্ত ৰং আৰু অনন্য ৰন্ধনৰ …

Sangeet Natak Academy : সংগীত নাটক অকাডেমীৰ “পুতুল যাত্ৰা ২০২৪”ত বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা”ৰ সাফল মঞ্চায়ন

নিউজ ডেস্ক, ২১ মাৰ্চ, ২০২৪ : ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ উদ্যোগত বিশ্ব পুতলা নাচৰ (Puppet Show) লগত সংগতি ৰাখি ১৮ ৰ পৰা ২১ মাৰ্চলৈ ভাৰতীয় পুতলা শিল্পৰ এক উৎসৱ “পুতুল যাত্ৰা ২০২৪” ঝাৰখণ্ডৰ ধানবাদত থকা বি চি চি এল …

IPL : গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে

গুৱাহাটীৰ, ২১ মাৰ্চ, ২০২৪ : অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ মাহত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ বৃহস্পতিবাৰে এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে শুকুৰবাৰৰ পৰা …

Reality+ Award : ১৬ তম ৰিয়েল্‌টি+ এক্সিলেন্স এৱাৰ্ডছ, ইষ্টত বিশেষভাৱে সন্মানিত জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ

গুৱাহাটী, ২১ মাৰ্চ, ২০২৪ : পূৰ্বাঞ্চলৰ প্ৰত্যাশিত সন্মান ৰিয়েল্‌টি+ এক্সিলেন্স এৱাৰ্ডছ, ইষ্টত পুনৰবাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল ডিব্ৰুগড়স্থিত অগ্ৰণী ৰিয়েল ইষ্টেট ডেভেলপমেণ্ট কোম্পানী জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ (J S B Infuatructur)। সফলতাৰ ধাৰা অব্যাহত ৰাখি জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰে …

Railway Station : বাইহাটা আৰু চাংসাৰি ৰে’ল ষ্টেচনৰ মাজত দ্বৈত ৰে’লপথ মুকলি 

গুৱাহাটী, ২০ মাৰ্চ, ২০২৪ : মুখ্য ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিচিআৰএছ) জনক কুমাৰ গাৰ্গে বুধবাৰে বাইহাটা আৰু চাংসাৰী ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’লপখ খণ্ডৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। এই পৰিদৰ্শনৰ মৌলিক উদ্দেশ্য আছিল খণ্ডটোৰ সমগ্ৰ ৰে’লৱে আন্তঃগাঁথনিৰ (Railway Infrastructure) …

AAP : ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ বিস্ফোৰণ

গুৱাহাটী, ২০ মাৰ্চ, ২০২৪ : ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত বুধবাৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে (Bhaben Choudhury) সংবাদ মাধ্যমৰ ওচৰত তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে। কংগ্ৰেছ আৰু এজেপিৰ দলীয় প্ৰাৰ্থীক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ …

North-East Games : তৃতীয় নৰ্থ ইষ্ট গেমছত অসমৰ প্ৰত্যাশিত আৰম্ভণি : প্ৰথমদিনা চাৰি স্বৰ্ণসহ ১৯ টা পদক

নিউজ ডেস্ক, ১৯ মাৰ্চ, ২০২৪ : নাগালেণ্ডত (Nagaland) আৰম্ভ হোৱা তৃতীয় নৰ্থ ইষ্ট গেমছ ২০২৪ ৰ প্ৰথমদিনা অসমে চাৰিটা সোণ, দহটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জসহ ১৯ টা পদক লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ মঙলবাৰে অসমে এথলেটিকছ, পেনচাক ছিলাট আৰু আৰ্চাৰীত …

AAP : বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি প্ৰমাণ কৰিবলৈ আহ্বান আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ

গুৱাহাটী, ১৯ মাৰ্চ, ২০২৪ : কংগ্ৰেছক (Congress) জবাবদিহি আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ। বিজেপিৰ সৈতে কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ সম্পৰ্ক নাই বুলি প্ৰমাণ কৰিবলৈ কংগ্ৰেছক আহ্বান আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ। কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিত অন্তৰ্ভুক্তিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। সোমবাৰে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী …

Dimapur-Kohima : ডিমাপুৰ-কোহিমা নতুন ৰে’ল প্ৰকল্পৰ অধীনত আটাইতকৈ দীঘল সুৰংগৰ নিৰ্মাণ কাৰ্য আৰম্ভ

নিউজ, ১৮ মাৰ্চ, ২০২৪ : এক অগ্ৰগামী পদক্ষেপ হিচাপে, নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মেডজিফেমা চক্ৰৰ ছিপামা গাঁৱত অৱস্থিত ডিমাপুৰ-কোহিমাৰ নতুন ৰে’ল লাইন (Railway Track) প্ৰকল্পৰ অন্তৰ্গত টানেল নং. ৭ ৰ পোৰ্টেল নং. ১ ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। এই সুৰংগটো ডিমাপুৰ-কোহিমা …