Sports : পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং আৰম্ভ

গুৱাহাটী, ৩ মাৰ্চ, ২০২৪ : গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দেওবাৰৰ পৰা আৰম্ভ হৈছে আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং (Boxing) প্ৰতিযোগিতা৷ ১৯ খন ৰাজ্যৰ প্ৰায় তিনিশৰো অধিক ল’ৰা-ছোৱালীয়ে অংশ …

Boxing : গুৱাহাটীত বক্সিঙৰ মাণ্ডলিক প্ৰতিভা সন্ধানী প্ৰতিযোগিতা

গুৱাহাটী, ২ মাৰ্চ, ২০২৪ : ভাৰতীয় বক্সিং ফেডাৰেছনে (Indian Boxing Federation) দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈছে৷ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত ফেডাৰেচনে আৰম্ভ …

Purabi Dairy : পূৰবী ডেইৰীৰ সম্প্ৰসাৰিত দুগ্ধ উদ্যোগৰ উন্মোচন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ২ মাৰ্চ, ২০২৪: উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ জনপ্ৰিয় আৰু সৰ্ববৃহৎ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী প্ৰতিষ্ঠান পূৰবী ডেইৰী নামেৰে পৰিচিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে সম্প্ৰসাৰণ ঘটালে তেওঁলোকৰ দুগ্ধ উদ্যোগৰ। অসমৰ মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) দুগ্ধ …

Theater : পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ সফলতাৰে দ্বিতীয়টো দিনত পদাৰ্পণ

গুৱাহাটী, ২ মাৰ্চ, ২০২৪ : শুকুৰবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ ৫ ম সংস্কৰণত দৰ্শকৰ ব্যাপক সমাগম দেখা যায়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অহা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ (Adingiri National …

Theatre : অভিজ্ঞানম নাট্যক্ষেত্ৰত পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ আৰম্ভণি

গুৱাহাটী, ১ মাৰ্চ, ২০২৪ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অহা ৩ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে আৰম্ভণি ঘটে। এইবাৰ গুৱাহাটীৰ দুটা স্থানত আয়োজন কৰা হ’ব এই নাট্য উৎসৱ (Theater Festival)। …

Mission Basundhra : মিছন বসুন্ধৰা ২.০ ৰূপায়ণত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ মনোজ ধানোৱাৰৰ

গুৱাহাটী, ১ মাৰ্চ, ২০১৪ : মিছন বসুন্ধৰা ২.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সৰৱ হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ (Aam Admi Party) প্ৰাৰ্থী মনোজ ধানোৱাৰ। বসুন্ধৰা ২.০ ৰ অধীনত প্ৰকৃত ভূমিহীন লোকসকল …

Food Festival : দ্য গ্ৰেট কাবাব ফেক্টৰীত পখতুন ট্ৰেইল ফুড ফেষ্টিভেলৰ আয়োজন

গুৱাহাটী, ১ মাৰ্চ, ২০২৪.: আফগানিস্তান আৰু পাকিস্তানৰ জনপ্ৰিয় পখতুনী খাদ্যসম্ভাৰৰ (Pakhtun Food) অনন্য সোৱাদ ভাৰতীয় খাদ্যপ্ৰেমীসকলক প্ৰদানৰ উদ্দেশ্যে অহা ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ জনপ্ৰিয় ৰেষ্টুৰেণ্ট দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে আয়োজন কৰিছে ‘পখতুন ট্ৰেইল ফুড ফেষ্টিভেল’ শীৰ্ষক এক বিশেষ খাদ্য …

CAA : পুনৰ কৃষক মুক্তিৰ নেতৃত্বত কা’ বিৰোধী আন্দোলনত কঁপিল ৰাজ্য

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী, ২০২৪ : পুনৰ কৃষক মুক্তিৰ (KMSS) নেতৃত্বত কা’ বিৰোধী আন্দোলনত কঁপিল ৰাজ্য। গুৱাহাটীৰ প্ৰতিবাদত অংশ লৈ কেন্দ্ৰীয় নেতৃত্বৰ ঘোষণা “আমি জাতিৰ স্বাৰ্থত মৃত্যু বৰণ কৰিবলৈ সাজু কিন্তু বিদেশীক সংস্থাপন কৰিবলৈ নিদিওঁ।” তিনিচুকীয়া, হাইলাকান্দি, গোলকগঞ্জ আদিত আৰক্ষীৰ সৈতে …

Kolkata University : কলিকতা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত উস্তাদ বিছমিল্লা খা বঁটা প্ৰাপ্ত বিনীতা দেৱীক সম্বৰ্ধনা

নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী, ২০২৪ : কলিকতা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত উস্তাদ বিছমিল্লা খা বঁটা (Bishmillah Kha Award) প্ৰাপ্ত বিনীতা দেৱীক সম্বৰ্ধনা। ‘বেটি বচাও বেটি পঢ়াও’ বিষয়লৈ পুতলা নাট মঞ্চায়ন কৰিছিল বিনীতা দেৱীয়ে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত কলিকতাৰ ধূমকেতু পাপেট থিয়েটাৰে …

Assam Jatiya Parishad : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী, ২০২৪ : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurin Jyoti Gogoi) আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২২ ক (চিচিই) …