Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত পথাৰত ধান ডাবলৈ যোৱা এগৰাকী মহিলাৰ মৃত্যু
গোৱালপাৰা, ১ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু (Wild Elephant Killed One)। বনৰীয়া হাতীৰ আক্ৰমণত পথাৰত ধান ডাবলৈ যোৱা এগৰাকী মহিলাৰ মৃত্যু। বন বিভাগৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ। বন বিভাগৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। বনৰীয়া …