Suwansiri Hydropower Project : পুঁজিপতিৰ স্বাৰ্থত জলবোমা নিৰ্মাণ কৰি জীৱ কুললৈ ভাবুকি আনিছে : ডঃ দিব্যজ্যোতি শইকীয়া

লখিমপুৰ, ২৮ অক্টোবৰ, ২০২৩ : ৰাজ্যৰ সাধাৰণ নাগৰিক, সচেতন মহল, বিভিন্ন সন্থা, দল-সংগঠন, বিশেষজ্ঞ সমিতিয়ে আশংকা কৰাৰ দৰেই নদীবান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া সকলোৰে সন্মুখত। যাৰ ফলশ্ৰুতিত নদীপৰীয়া ৰাইজ, লখিমপুৰ, ধেমাজি, দেৰগাঁৱ আৰু মাজুলীবাসী ৰাইজ এতিয়া গভীৰ আতংক আৰু শংকাৰ মাজত। …

Amrit Kalash Yatra : মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িয়াই অনা যাত্ৰীক নতুন দিল্লীত ভব্য আদৰণি মন্ত্রী বিমল বড়াৰ

নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৩ : স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা “মোৰ মাটি মোৰ দেশ” শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহ কঢ়িয়াই ৰে’লেৰে নতুন দিল্লীত উপস্থিত হোৱা …

Suwansiri : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এদিন প্ৰলয়ৰ সৃষ্টি কৰিব : ডঃ দিব্যজ্যোতি শইকীয়া

লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : লখিমপুৰৰ সোৱণশিৰী নদী হঠাৎ অস্বাভাৱিকভাৱে শুকাই গৈছে। নামনিত নৈৰ তৰাং বুকুত মাছ ধৰিছে ৰাইজে। প্ৰশাসনে ৰেড এলার্ট জাৰি নকৰিলে নামনিত জল প্ৰলয়ৰ আশংকা, কৰা হৈছে। প্ৰাপ্ত খৱৰ মতে ড্ৰাইভাৰশ্যনেল টানেলৰ সন্মুখত পাহাৰ খহি বন্ধ হৈ …

Assam Police : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia) প্ৰতিক্ৰিয়া। আৰক্ষীৰ নিৰ্যাতনৰ বাবে দেৰগাঁৱত এজনে যুৱকে আত্মহত্যা কৰা ঘটনাক এক মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ …

Agriculture News : জাপানৰ কৃষিখণ্ডত অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মত বিনিময় কাৰ্যসূচী

গুৱাহাটী, ২৬ আক্টোবৰ, ২০২৩ : জাপানৰ কৃষিখণ্ডত (Japan Agriculture) অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মত বিনিময় কাৰ্যসূচী। কৃষি ক্ষেত্ৰৰ প্ৰতি যুৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধিয়ে এই খণ্ডৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে। জাপানৰ পৰা অহা এটা …

Mob Attack : ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ

শিৱসাগৰ, ২৫ অক্টোবৰ, ২০২৩ : এক অমানৱীয় ঘটনা। তিনি যুৱকৰ ওপৰত জপিয়াই পৰিল দুশৰো অধিক লোক (Moral Policing)। ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ। দুশৰো অধিক লোকৰ গণ প্ৰহাৰৰ বলি হ’ল তিনি যুৱক। গছত বান্ধি তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ …

AIUDF : এ আই ইউ ডি এফৰ প্ৰতি মোহ ভংগ পাঁচ শতাধিক লোকৰ

Abdul Awal Ahmed মানকাচৰ, ২৪ অক্টোবৰ, ২০২৩ : সমাগত লোকসভা নিৰ্বাচন (Loksabha Election)। লোকসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমালৰ ভেটিত খহনীয়া। বদৰুদ্দিন আজমালৰ ভোট বেংকে আস্থা হেৰুৱাইছে এ আই ইউ ডি এফৰ প্ৰতি। দলটোৰ কৰ্মীৰে মোহ ভংগ হৈছে দলটোৰ প্ৰতি। পাঁচ …

Guwahati City : গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৩ : অব্যাহত আছে গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটাৰ (Water Pipe Blast) ধাৰা। গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। মঙলবাৰে দুপৰীয়াৰ ভাগত পানীৰ পাইপ ফুটি ৰাজপথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰাত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে। এক অবৰ্ণনীয় …

Bijoya Dashmi : বিজয়া দশমী দিনাই মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ

গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৩ : বিজয়া দশমী দিনাই মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ (Dead Body)। হেঙেৰাবাৰীত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ ই-ৰিক্সা চালকৰ মৃতদেহ। হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। মৃত যুৱকজন নলবাৰীৰ জিলাৰ বুলি জানিব পৰা গৈছে। আনটো মৃতদেহ উদ্ধাৰ হয় …

Superintendent Of Police : আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল ফেচবুক সাংবাদিক

লখিমপুৰ, ২৩ অক্টোবৰ, ২০২৩ : আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল ফেচবুক সাংবাদিক (Journalist)। আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ফেচবুক সাংবাদিকজনক। এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি দীর্ঘদিন ধৰি সন্ত্ৰাসৰ চলাই আহিছিল। শেহতীয়াকৈ …