Jalukbari Police : জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ সদস্যক
গুৱাহাটী, ২৭ জানুৱাৰী, ২০২৪ : অৱশেষত মুকলি কৰি দিয়া হ’ল বীৰ লাচিত সেনাৰ (Veer Lachit Sena) ৬ সদস্যক। জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ ৬ সদস্যক। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ ৬ জন সদস্যক। এজন লোকক …