Rahul Gandhi : ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটী, ২১ জানুৱাৰী, ২০২৪ : ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ (Opposition) দেওবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ৰাহুল গান্ধীয়ে ১৫ টা বিৰোধী দলৰ প্ৰতিগৰাকী মুৰব্বী নেতাৰ …