Assam Flood : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে

গুৱাহাটী, ১৪, জুলাই, ২০২৩ : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা আৰম্ভ কৰিছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু বঙাইগাঁও জিলাত …

Delhi Flood : অপৰিবৰ্তিত দিল্লীৰ বান পৰিস্থিতি : যমুনা নদীৰ জলস্তৰ হ্ৰাস পাইছে

নিউজ ডেস্ক, ১৪ জুলাই, ২০২৩ : দেশৰ ৰাজধানী দিল্লী ভয়াবহ বানৰ কবলত। এতিয়াও অপৰিবৰ্তিত হৈ আছে দিল্লীৰ বান পৰিস্থিতি। বিগত কিছুদিন ধৰি দিল্লীত যমুনা নদীৰ (Jamuna River Water Level) বাঢ়নী পানীয়ে তাণ্ডৱলীলা অব্যাহত ৰাখিছে। বিপৰী সীমাৰ ওপৰেৰে বৈ থকা যমুনা …

Assam Flood : ভূটানৰ পানীৰ তাণ্ডৱলীলা অব্যাহত আছে নামনি অসমৰ কেইবাখনো জিলাত

গুৱাহাটী, ১৩, জুলাই, ২০২৩ : ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা আৰম্ভ কৰিছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু বঙাইগাঁও জিলাত বহু গাঁও বুৰাই পেলাইছে ভূটানৰ পানীয়ে (Chirang …

Wife Left Husband For Tomato : আঞ্জাত দুটা বিলাসী দিয়াৰ বাবে স্বামীক এৰিলে পত্নীয়ে

নিউজ ডেস্ক, ১৩ জুলাই, ২০২৩ : বিলাহীয়ে ভাঙিলে সুখৰ সংসাৰ। বিলাহীৰ বাবে লাগিল কাজিয়া (Fight for tomato)। আঞ্জাত দুটা বিলাহী দিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজত লাগিল কাজিয়া। অৱশেষত পত্নীয়ে এৰি থৈ গ’ল স্বামীক। পত্নীক ঘূৰাই অনাৰ বাবে স্বামী কাষ চাপিল আৰক্ষীৰ। …

Delhi Flood : দিল্লীত যমুনা নদীৰ তাণ্ডৱলীলা : দেওবাৰলৈ বিদ্যালয় বন্ধ

নিউজ ডেস্ক, ১৩ জুলাই, ২০২৩ : দিল্লীত যমুনা নদীৰ তাণ্ডৱলীলা। দেওবাৰলৈ বিদ্যালয় বন্ধৰ ঘোষণা চৰকাৰৰ। দেশৰ ৰাজধানী দিল্লীৰ বহু অঞ্চল সম্পূর্ণ জলমগ্ন হৈ পৰিছে৷ বিপদৰ সীমাৰ বহু ওপৰেৰে বৈছে যমুনা নদীৰ জলপৃষ্ঠ (Jamuna River Above Danger Level)। ৰাইজক সকাহ দিয়াৰ …

Minor Girl Rape : গাখীৰ বিক্ৰী কৰিবলৈ আহি ১৩ বছৰীয়া কিশোৰীক কৰিলে ধর্ষণ

ডিব্ৰুগড়, ১২ জুলাই, ২০২৩ : জঘন্য ধর্ষণকাণ্ড (Shameful Rape Incident)। গাখীৰ বিক্ৰী কৰিবলৈ আহি ১৩ বছৰীয়া কিশোৰীক কৰিলে ধর্ষণ। ধর্ষণকাৰী গাখীৰ বিক্রেতাজন ৬০ বছৰীয়া বৃদ্ধ। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাৰী ৬০ বছৰীয়া লম্পট বৃদ্ধজন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে …

Assam Flood : ভূটানৰ পানীয়ে ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল কৰি তুলিছে

গুৱাহাটী, ১২ জুলাই, ২০২৩ : ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা আৰম্ভ কৰিছে কেইবাখনো জিলাত। চিৰাং আৰু বঙাইগাঁও জিলাত বহু গাঁও বুৰাই পেলাইছে ভূটানৰ পানীয়ে (Chirang and Bongaigaon …

North India Flood : উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বানৰ তাণ্ডৱলীলা

নিউজ ডেস্ক, ১২ জুলাই, ২০২৩ : উত্তৰ ভাৰতত বানৰ তাণ্ডৱলীলা। উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বানপানীৰ ফলত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু। হিমাচল প্ৰদেশত (Himachal Pradesh Flood) ৮০ জন লোকে প্ৰাণ হেৰুৱাইছে বানপানীৰ ফলত। বানপানীৰ লগতে ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও …

Delimitation : ১২ টা বিধানসভা আৰু ২ টা লোকসভা সমষ্টি কোচ ৰাজবংশীৰ বাবে সংৰক্ষণৰ দাবী

বঙাইগাঁও, ১১ জুলাই, ২০২৩ : ভাৰতৰ নিৰ্বাচনী আয়োগে (Election Commission of India) যোৱা ২০ জুন তাৰিখে জনপ্ৰতিনিধি আইন ১৯৫০ ধাৰা (ক) ত উল্লেখ কৰা অনুসৰি অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ খচৰাখন কিছু …

Luxury Vehicle : বিলাসী বাহনত অহা চাৰি ছাগলী চোৰ পৰিল জালত

বিশ্বনাথ, ১০ জুলাই, ২০২৩ : ছাগলী চোৰৰ উপদ্ৰবত অতিষ্ঠ ৰাইজ। এৰাল দিয়া ছাগলীৰ পৰা আৰম্ভ কৰি গৰালৰ ছাগলী পৰ্যন্তও ৰক্ষা নপৰে। বিলাসী বাহনলৈ আহে ছাগলী চোৰৰ দল। অৱশেষত ছাগলী চোৰৰ এটা দল পৰিল ৰাইজৰ জালত (Four Caught)। চোৰৰ।দলটোক উত্তম মাধ্যম …