Assam Flood : বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ৫৬৩ খন গাঁও প্লাৱিত হৈ আছে

গুৱাহাটী, ২৬ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১১ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Eleven districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, দৰং, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী …

Two More Arrested While Taking Bribe : উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল আৰু কনিষ্ঠ অভিযন্ত্ৰা

গুৱাহাটী, ২৬ জুন, ২০২৩ : উৎকোচ লৈ পুনৰ দুজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত (Two govt employee arrested)। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী দুজন। উৎকোচ লৈ এইবাৰ হাত দাঙিলে এজন লাট মণ্ডল আৰু এজন কনিষ্ঠ …

Journalist Abdur Rouf Alamgir : গৰৈমাৰীৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ উদ্ধাৰ

গৰৈমাৰী, ২৬ জুন, ২০২৩ : গৰৈমাৰীৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ উদ্ধাৰ। নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ (Journalist Body Found)। স্থানীয় ৰাইজে নদীৰ পৰা উদ্ধাৰ কৰে আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ। বকো আৰক্ষীয়ে সাংবাদিক গৰাকীৰ …

Musical Event : কোৰিয়া আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উপলক্ষে গুৱাহাটীত ‘অল ইণ্ডিয়া কে-পপ কনটেষ্ট ২০২৩’ ৰ আঞ্চলিক ৰাউণ্ডৰ আয়োজন

গুৱাহাটী, ২৬ জুন, ২০২৩ : কোৰিয়া আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী (India-Korea Relationship) উপলক্ষে এল জি ইলেক্ট্ৰনিকছৰ সহযোগত কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াই আয়োজন কৰিছে “অল ইণ্ডিয়া কেপিঅ’পি কনটেষ্ট ২০২৩’। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত আঞ্চলিক ৰাউণ্ডত …

Assam Flood : বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ৮৭৪ খন গাঁও প্লাৱিত হৈ আছে

গুৱাহাটী, ২৫ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৫ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Fifteen districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, …

Anti Tobacco : ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন

গুৱাহাটী, ২৫ জুন, ২০২৩ : ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট (Street Play) কাৰ্যসূচীৰ দেওবাৰে …

Assam Flood : ১১১৮ খন গাঁৱৰ ৪ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে বানপানীত

গুৱাহাটী, ২৪ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৫ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Fifteen districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, …

Raju Sahu on BJP : আদিবাসী-চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে : ৰাজু চাহু 

তিনিচুকীয়া, ২৪ জুন, ২০২৩ : আদিবাসী-চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, এই গুৰুত্বৰ অভিযোগ কংগ্ৰেছ নেতা ৰাজু চাহুৰ। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক …

Delimitation : খিলঞ্জীয়াৰ কল্যাণ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ৰাজনৈতিক অভিলাষ পূৰণৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন : অসম জাতীয় পৰিষদ

গুৱাহাটী, ২৩ জুন, ২০২৩ : সমষ্টি পুনৰ গঠনৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত হ’ল বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দাবী কৰি আহিছে যদিও এই দাবীক পোনচাটেই নস্যাৎ কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ দলটোৰ …

Assam Flood : ১৫৩৮ খন গাঁৱৰ ৪ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে বানপানীত

গুৱাহাটী, ২৩ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৯ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Nineteen districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, …