Ambubachi Mela : নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ অম্বুবাচী প্ৰবৃত্তি

গুৱাহাটী, ২৩ জুন, ২০২৩ : নীলাচল পাহাৰত (Nilachal Pahar) উখল মাখল পৰিৱেশ। লাখ লাখ ভক্তৰ সমাগম নীলাচল পাহাৰত। অম্বুবাচী মেলাক লৈ নীলাচল পাহাৰত এই পৰিৱেশ। নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ অম্বুবাচী প্ৰবৃত্তি। তিনি দিন পৰ্যন্ত ভক্তৰ …

Kamrup Deputy Commissioner : উত্তৰ গুৱাহাটীৰ জিতু পাঠকক কামৰূপৰ উপায়ুক্তৰ ফালৰ পৰা সম্বৰ্ধনা

আমিনগাঁও, ২২ জুন, ২০২৩ : জিতু পাঠকক (Jitu Pathak) সম্বৰ্ধনা। কামৰূপ জিলা উপায়ুক্তৰ ফলৰ পৰা সম্বৰ্ধনা জনোৱা হয় জিতু পাঠকক। ভৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰি সাহসিকতাৰ আৰু মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল জিতু পাঠকে। আভ্যন্তৰিণ …

Assam Flood : ৰাজ্যৰ ১৩৬৬ খন গাঁৱৰ ৪ লাখতকৈও অধিক লোক প্ৰভাৱিত বানপানীত

গুৱাহাটী, ২২ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ২২ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Twenty two districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, …

Assam Flood : ৰাজ্যৰ ৭৮০ খন গাঁৱৰ ১ লাখ ১৯ হাজাৰ ৮৩০ জন লোক বান প্ৰভাৱিত

গুৱাহাটী, ২১ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ২০ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Twenty districts and sub division under water)। বজালী, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চিৰাং, ধুবুৰী, গোলাঘাট, কোকৰাঝাৰ, দৰং, বিশ্বনাথ, …

Assam Jatiya Parishad : মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক

মুম্বাই, ২১ জুন, ২০২৩ : আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ মাজতে বুধবাৰে (২১ জুন) অসম জাতীয় পৰিষদ দলৰ নেতৃবৃন্দই মহাৰাষ্ট্ৰৰ শিৱসেনা (Shivsena) দলৰ মুৰব্বী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে৷ মুম্বাইৰ দাদৰস্থিত …

HCL Foundation : এইচচিএলটেক অনুদানৰ নৱম সংস্কৰণৰ বাবে গুৱাহাটীত এইচচিএল ফাউণ্ডেশ্যনৰ আলোচনা চক্ৰৰ আয়োজন

গুৱাহাটী; ২১ জুন, ২০২৩ : এইচচিএলটেকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচীসমূহ প্ৰদান কৰোঁতা এইচচিএল ফাউণ্ডেশ্যন (এইচচিএলএফ)য়ে গুৱাহাটীত এইচচিএলটেক অনুদান সংস্কৰণ নৱমৰ বিষয়ে সামাজিক প্ৰভাৱশালী ক্ষেত্ৰত কাম কৰি থকা বেচৰকাৰী সংগঠন, নাগৰিক সমাজ সংগঠন আৰু ষ্টাৰ্ট-আপসমূহৰ মাজত সংবেদনশীল তাৎপৰ্য আৰু সজাগতা …

Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনাৰ থিতাতে নিহত দুজন যুৱক

শদিয়া, ২১ জুন, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। থিতাতে নিহত দুজন যুৱক (Two killed in a road accident)। আহত দুজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। এখন ছুইফট বাহনে খুন্দা মাৰে ডাম্পাৰত। ছুইফট বাহনখনত আছিল যুৱক চাৰিজন। দুর্ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক। …

Assam Flood : ৩৪ হাজাৰতকৈ অধিক লোক প্ৰভাৱিত হৈছে প্ৰথমটো বানত

গুৱাহাটী, ২০ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Nineteen districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চিৰাং, ধুবুৰী, গোলাঘাট, কোকৰাঝাৰ, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, বাক্সা, নলবাৰী, তামুলপুৰ, …

Assam Flood : বছৰৰ প্ৰথমটো বানত ডুবিল ৰাজ্যৰ ১৮ খনকৈ জিলাৰ ৪৪৪ খন গাঁও

গুৱাহাটী, ১৯ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৮ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Eighteen districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চিৰাং, ধুবুৰী, গোলাঘাট, কোকৰাঝাৰ, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, নলবাৰী, তামুলপুৰ …

MBBS Reservation : প্ৰবাসী ভাৰতীয় সংৰক্ষণ ব্যৱস্থাৰে এম বি বি এছ পাঠ্যক্ৰমত ছিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে : ডা৹ ভবেন চৌধুৰী

গুৱাহাটী, ১৯ জুন, ২০২৩ : শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। এই ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ লগতে নামভৰ্তিৰ নামত পুনৰ এক ছিণ্ডিকেটৰাজ চলিব বুলি …