Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত আহত যুৱকজন চিকিৎসালয়ত ভৰ্তি। ডকাইত ধৰিবলৈ গৈ নিৰীহ যুৱকক গুলীয়ালে নগাঁও আৰক্ষীয়ে। সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে পৃথকে পৃথকে দুঠাইত ডকাইতৰ বিৰুদ্ধে …