Helicopter Crashes : অৰুণাচল প্ৰদেশত পুনৰ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত
নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত পুনৰ দুর্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ (Helicopter Crashes In Arunachal)। ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈছে অৰুণাচল প্ৰদেশত। হেলিকপ্টাৰ দুর্ঘটনাত নিহত হৈছে ভাৰতীয় সেনাৰ দুজনকৈ লোক। শুকুৰবাৰে অৰুণাচল প্ৰদেশত পুনৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হোৱাত ভাৰতীয় সেনাৰ দুজনকৈ লোকৰ মৃত্যু …