Robbery : সাংবাদিকৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান
আমিনুৰ ৰহমান শিৱসাগৰ : সাংবাদিকৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান (Robbery)। পালচাৰ বাইকসহ লুটি নিলে বহু মূল্যবান সামগ্ৰী। মছজিদৰ চাউণ্ড ছেট আৰু দানপাত্ৰৰ ধনো নিলে চোৰে। এক চাঞ্চল্যকৰ চুৰিকাণ্ড। শিৱসাগৰ জিলাৰ দিচাংমুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড। পুৱতি নিশা দুটাকৈ …