বেপাৰ ২.০ প্ৰদৰ্শনীৰ কলাৰ্চৰ চুইচ বিভিন্ন সামগ্রী প্রদর্শন

গুৱাহাটী : বিএনআই ব্ৰহ্মপুত্ৰৰ উদ্যোগত পল্টন বজাৰৰ আশি অপ্সৰা বেংকিউট হলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বেপাৰ ২.০ শীর্ষক প্রদর্শনীত কলাৰ্চৰ বিভিন্ন সা-সামগ্ৰী প্ৰদৰ্শন কৰে। উলুবাৰীৰ গজানন ইলেকট্রিকেলে বেপাৰ ২.০ শীৰ্ষক প্ৰদৰ্শনীত কলাৰ্চৰ বিভিন্ন চুইচ, ওৱেৰ, ইলেকট্ৰিকেল বাল্বকে আদি কৰি সকলো …

Drugs Seized : গুৱাহাটীৰ পৰা পশ্চিম বংগলৈ নি থকা অৱস্থাত জব্দ তিনি কোটিৰ ড্ৰাগছ

শ্ৰীৰামপুৰ : পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs)। গুৱাহাটীৰ পৰা পশ্চিম বংগলৈ নি থকা অৱস্থাত জব্দ তিনি কোটি টকা মূল্যৰ ড্ৰাগছ। এখন বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি। বহিঃৰাজ্যৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী অসম আৰক্ষীৰ জালত। অব্যাহত আছে অসম …

BNI Brahmaputra : বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত বেপাৰ ২.০ শীর্ষক প্ৰদৰ্শনী

গুৱাহাটী : বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত বেপাৰ ২.০ শীর্ষক প্ৰদৰ্শনী। বি এন আই ব্ৰহ্মপুত্ৰৰ (BNI Brahmaputra) উদ্যোগত আৰু স্বস্তিক ইনভেচমেণ্ট সহযোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত আশি অপ্সৰাত বেপাৰ ২.০ এক শীর্ষক প্রদর্শনীৰ আয়োজন কৰা হয়। বেপাৰ …

Road Accident : চুৰিৰ বাহনে মহতিয়াই নিলে কেইবাজনো লোকক

মুকালমুৱা : এক ভয়ংকৰ পথ দুর্ঘটনা (Road Accident)। চুৰিৰ বাহনে মহতিয়াই নিলে কেইবাজনো লোকক। আৰক্ষীয়ে খেদি আহিছিল বাহনখন। গুৰুত্বৰভাৱে আহত ৭ জনকৈ লোক। এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। শুকুৰবাৰে নিশাৰ ভাগত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত এক ভয়ংকৰ …

Lenovo Shoroom : গুৱাহাটীৰ শিলপুখুৰীত লেনভ’ৰ এক্সক্লুছিভ শ্ব ৰুম মুকলি

গুৱাহাটী : গুৱাহাটীৰ আগশাৰীৰ আই টি ব্ৰেণ্ড লেনভ’ই (Lenovo) গুৱাহাটীৰ জি এন বিৰ ৰোডৰ লক্ষ্মী ছাৰ্ভিচ চেণ্টাৰৰ সমীপৰ শিলপুখুৰীত লেনভ’ এক্সক্লুছিভ শ্ব ৰুম মুকলি কৰে। কোম্পানীৰ মাণ্ডলীক প্রবন্ধক পার্থ চক্ৰৱৰ্তীয়ে লেনভ’ৰ এক্সক্লুছিভ শ্ব ৰূমটো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত শাখাৰ মূৰব্বী …

এনভিচিএলৰ পৰা কুইকোবুকৰ ১ কোটি টকা সংগ্ৰহ

গুৱাহাটী : এনভিচিএলৰ পৰা কুইকোবুকৰ ১ কোটি টকা সংগ্ৰহ। গুৱাহাটী আৰু শিলচৰত চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ আৰম্ভ। কুইকোবুকে মেট্ৰ’ চহৰসমূহলৈ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে এনভিচিএল (নেডফি ভেঞ্চাৰ কেপিটেল লিমিটেড)ৰ পৰা ১ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছে। এনভিচিএলৰ ধনেৰে কোম্পানীটোৱে চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ …

Drugs Seized : পুনৰ গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ অপিয়াম

গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেশ্যনত (Guwahati Railway Station) পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ অপিয়াম। তিনিচুকীয়াৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ হয় ৭ কোটি টকাৰ মূল্যৰ বৃহৎ পৰিমাণৰ অপিয়াম। জালত পৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰে পুৱাৰ ভাগত …

Football : মুকালমুৱাৰ দেশভক্ত ময়দানত আৰম্ভ ফুটবল মহাৰণ

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ দেশভক্ত ময়দানত আৰম্ভ ফুটবল (Football) মহাৰণ। চক্ৰধৰ ডেকা সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত আৰম্ভ হ’ল অঞ্চলটোৰ এই বৰ্ষৰ ফুটবল মহাৰণ। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত মুকালমুৱা আঞ্চলিক ক্ৰিড়া সন্থাৰ …

iPhone 14 : ইন টাছ শ্ব’ ৰুমত আই ফোন ১৪ বুকিং কৰি লাভ কৰক ১,৯৯৮ টকাৰ পুৰস্কাৰ

গুৱাহাটী : অপেক্ষাৰ অন্ত পৰিছে! বহু প্রতিক্ষীত এপ’লৰ পৰৱৰ্তী প্ৰজন্মৰ স্মার্টফোন আইফোন (iPhone 14) ১৪ মুকলি কৰা হৈছে। বিশেষ অনুষ্ঠানত এপ ‘ল নতুন আইফোন ১৪ মুকলি কৰাৰ পিছত, অতি সোনকালে ই ভাৰতৰ লগতে গুৱাহাটীত উপলব্ধ হ’ব। এই প্রিমিয়াম স্মাৰ্টফোনৰ প্রি …

Wild Animals Seized : কেংগাৰু, চিম্পাঞ্জি, কাছ, ভাটৌ আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ

ৰঙিয়া : আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহৰ (International Wild Animal Smuggler) চক্ৰ উৎসাত। চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কেংগাৰু, চিম্পাঞ্জি, কাছ, ভাটৌ আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰ (Wild Animals Seized)। দুখন বিলাসী বাহনেৰে বন্যপ্ৰাণী কেইটা বহিঃৰাজ্যলৈ নি থকা অৱস্থাত আৰক্ষীৰ অভিযানত উদ্ধাৰ। আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী …