Coal Syndicate : কয়লা চিণ্ডিকেটৰ সকলো তথ্য-প্ৰমাণ উচ্চ ন্যায়ালয়ত দাখিল কৰিব অসম জাতীয় পৰিষদে
গুৱাহাটী : এইবাৰ উচ্চ নায়ালয়ৰ মজিয়া পালেগৈ কয়লাৰ অবৈধ খননৰ প্ৰসংগ। অবৈধ কয়লা খনন তৎকালে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। কয়লা চিণ্ডিকেটৰ (Coal Syndicate) সকলো তথ্য-প্ৰমাণ উচ্চ ন্যায়ালয়ত দাখিল কৰিব অসম জাতীয় পৰিষদে। এতিয়া আদালতেই শেষ ভৰসা বুলি মন্তব্য অসম জাতীয় …