BNI Brahmaputra : বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত বেপাৰ ২.০ শীর্ষক অনুষ্ঠান
গুৱাহাটী : বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত অহা ১০ আৰু ১১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত আশি অপ্সৰা বেপাৰ ২.০ এক শীর্ষক প্রদর্শনীৰ আয়োজন কৰিছে। বেপাৰ ২.০ শীৰ্ষক প্ৰদৰ্শনীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি উদ্যোগপতি কৈলাশ লোহিয়াই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উদ্বোধন …