Coco Cola : দুখন বিদ্যালয়ত হিন্দুস্তান কোকা-কোলা বেভাৰেজৰ ৰিভাৰ্চ অচমোচিছ প্ৰণালী স্থাপন
গুৱাহাটী : হিন্দুস্তান কোকা-কোলা (Coco Cola) বেভাৰেজ (এইচচিচিবি)য়ে ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) উদ্যোগৰ অধীনত কামৰূপ জিলাৰ দুখন চৰকাৰী বিদ্যালয়ত ৰিভাৰ্চ অচমোচিছ (আৰ. অ) প্ৰণালী স্থাপন কৰিবলৈ গ্ৰাম্যৰ কামৰূপৰ জিলা প্ৰশাসনৰ সৈতে সহযোগ কৰিছে। কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কীৰ্থি জাল্লিয়ে পানী …