ন্যায়াধীশ ড° বিপি স্বৰাফৰ ৮৩ তম জন্ম বার্ষিকী পালন
গুৱাহাটী : ন্যায়াধীশ ড° বি পি স্বৰাফৰ ৮৩ তম জন্ম জয়ন্তী উপলক্ষে আন্তর্জাতিক মানৱ অধিকাৰ পৰিষদ চমুকৈ আইএইচআৰচি গুৱাহাটী ছেপ্টাৰে কেইবাটাও সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ গাঁৱত ডেষ্টিনেশ্যন হ’ম, ৰিহাবাৰীৰ ড্ৰিম হ’ম আৰু কাহিলীপাৰাৰ আনন্দমার্গা আশ্ৰমৰ আৱাসীসকলৰ বাবে এমাহৰ শুকান …