Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ
গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিএন আই এংকৰৰ মেগা বিজনেছ প্ৰদৰ্শনী ‘এংকৰেজ’। প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ …