আজাদি কা অমৃত মহোৎসৱ উপলক্ষে বিশাল ৰথ যাত্ৰা

হাটশিঙিমাৰী : হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ৰথ যাত্ৰা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত ১৪ খন গাঁও পঞ্চায়তত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে উলিওৱা হয় ৰথ যাত্ৰা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত …

ব্ৰহ্মপুত্ৰ নদীত জাহ যাব পাৰে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ

মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গৰাখহনীয়াৰ তাণ্ডৱ। যিকোনো মুহূৰ্তত উন্মক্ত হ’ব পাৰে ভাৰত-বাংলাদেশ সীমান্ত। কোকৰাডাঙ্গা আৰু কালাইৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যাব পাৰে ভাৰত-বাংলাদেশ সীমান্ত পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী পথ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানৰ …

মুম্বাইস্থিত পোষ্ট হাউচ ষ্টুডিঅ’ত গুৱাহাটীৰ ড্ৰীম হাউচ একাডেমীৰ শিক্ষাৰ্থী নিযুক্তি

গুৱাহাটী : আকিৰা, টয়লেট এক প্ৰেম কথা আৰু য়ে দিল হে মুস্কিলৰ দৰে চলচ্চিত্ৰৰ বাবে বিখ্যাত এক আগশাৰীৰ পোষ্ট প্ৰডাকচন ষ্টুডিঅ’ মুম্বাইস্থিত পোষ্ট হাউচে গুৱাহাটীৰ ড্ৰীম হাউচ মিউজিক এণ্ড ফিল্ম একাডেমী আৰু ড্ৰীম হাউচ প্ৰডাকচনজ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সৈতে ইয়াৰ …

পুখুৰীত পৰি ডেৰ বছৰীয়া কন্যা শিশুৰ সলিল সমাধি

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ লাৰকুছিত শোকাৱহ ঘটনা। মুকালমুৱাৰ লাৰকুছিত পুখুৰীত পৰি এটি ডেৰ বছৰীয়া কন্যা শিশুৰ সলিল সমাধি। খেলি থাকোতে হঠাৎ ডেৰ বছৰীয়া কন্যা শিশুটিৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাৰকুছিত এক শোকাৱহ ঘটনা …

১ বিঘা ভূমিত ধান ৰোপণ কৰিবলৈ কৃষকৰ খৰচ হ’ব মাত্ৰ ৩০০ টকা

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ঝাউডাঙা গাঁও পঞ্চায়তত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰিবলৈ যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ সজুলিৰ শুভ উদ্বোধন কৰে। বিশ্ব বেংকৰ এপাৰ্চ আঁচনিৰ জৰিয়তে চৰকাৰে হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানী চমুকৈ এফ পি চিৰ অধীনত …

চাইকেল আৰোহীৰ ওপৰত পৰিল বিদ্যুৎ খুটা

জোনমণি বেগম বিশ্বনাথ : ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এক ভয়ংকৰ দুর্ঘটনাৰ পৰা ৰক্ষা পৰিল এজন লোকৰ প্ৰাণ। বিশ্বনাথ নগৰৰ শান্তিপুৰৰ ৫ নং ৱাৰ্ডত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ প্ৰাণ। …

কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ জালত মাতৃ-পুত্ৰ

ৰঙিয়া : ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মাতৃ-পুত্ৰক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে। কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল মাতৃ-পুত্ৰ। ৰাজ্যজুৰি অব্যাহত আছে …

প্ৰেৰণা টিউটৰিয়েলৰ ‘প্ৰেৰণা দিৱস’ পালন

গুৱাহাটী : অসম তথা উত্তৰ-পূর্বাঞ্চলত এক আগশাৰীৰ বিত্তীয় শিক্ষাৰ প্রশিক্ষণ প্রতিষ্ঠান প্রেৰণা টিউটৰিয়েল। ২০০১ চনত স্থাপন হোৱা প্ৰেৰণা টিউটৰিয়েল প্রশিক্ষণ প্রতিষ্ঠানটোৱে বাণিজ্যিক ক্ষেত্ৰত বিশেষকৈ চিত্র, কোম্পানী ছেক্রেটে একাউনটেনি, এম বি এ, এম কম, বি কম’ৰ লগতে একাধিক বিত্তীয় শিক্ষাৰ প্ৰশিক্ষণ …

২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’

গুৱাহাটী : ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’। ‘নিজি প্ৰডাকচন’ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’ অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব। ৰিংকু দাসে প্রযোজনা কৰা ছবিখনিৰ পৰিচালক কুঞ্জলতা গগৈ দাস। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ। অসমৰ লোককৃষ্টি তথা সংস্কৃতিক …

নলবাৰীত এটা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে

আজিজ আলী নলবাৰী : নলবাৰীত এটা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে।জৰাজীৰ্ণ পথটোৰ বাবে ৰোগীকো ঠেলাৰে কঢ়িয়াব লগা হয়। পথটো মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক লোকে। নলবাৰী জিলাৰ পূৱপ্ৰান্তস্থিত ১৪ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰবাৰী গাঁৱৰ জৰাজীৰ্ণ …