Sanjukta Dutta : পেৰিছ ফেশ্বন উইকত সংযুক্তা দত্তৰ থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ “চিকি-মিকি” প্ৰদৰ্শন
গুৱাহাটী : বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ (Sanjukta Dutta) নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ। ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় …